সংবাদ ৩৬৫ৰ বাতৰিৰ প্ৰভাৱ : মথাউৰি ছিঙা ঠাই পৰিদৰ্শন কৰিলে বকোৰ বিধায়িকা নন্দিতা দাসে

সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ৩০ জুন : বানে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কামৰূপ জিলাৰ সোণতলী-নগৰবেৰা ই এন ডি মথাউৰিলৈ। বাঢ়নী পানীৰ খুন্দাত চপৰা চপৰে খহিবলৈ ধৰিছে মথাউৰিৰ। সংবাদ৩৬৫, নিউজ পৰ্টেলত বাতৰি প্ৰচাৰৰ পিছত ই এন ডি মথাউৰি ছিঙা …

জুৰীয়া সংবাদ ক্লাৱৰ উদ্যোগত কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

জুৰীয়াৰ পৰা শিবেন্দু বৰা, সংবাদ ৩৬৫, ২৯ জুন : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত জুৰীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাবলৈ সোমবাৰে জুৰীয়া সংবাদ ক্লাৱৰ উদ্যোগত এক সম্বৰ্ধনা কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক …

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো ভাৰতত প্ৰতিদিনে মূল্য বৃদ্ধি পোৱাতো উদ্বেগজনক বিষয় : মৌলানা বদৰুদ্দিন আজমলে

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুন : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱাৰ পিছতো ভাৰতত খাৰুৱা তেলৰ মূল্য প্ৰতিদিনে বৃদ্ধি পোৱাতো উদ্বেগজনক বিষয় বুলি মন্তব্য কৰিছে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ সভাপতি মৌলানা বদৰুদ্দিন আজমলে৷ সংবাদ …

ঐতিহ্যমণ্ডিত চামগুৰি বিল গভীৰ সংকটত

চামগুৰিৰ পৰা নাৱজ্যোতি বৰুৱা, সংবাদ ৩৬৫, ২৯ জুন : গভীৰ সংকট নামি আহিছে ঐতিহ্যমণ্ডিত চামগুৰি বিললৈ। বিভিন্ন মৎস আৰু পৰিভ্ৰমী চৰাইৰ বাবে বিৎখ্যাত চামগুৰি বিলৰ আছে এক সুকিয়া ঐতিহ্য। মৃত্যুৰ মুখত পৰিবলৈ ধৰিছে বিলখনৰ মাছ। বানপানীয়ে অস্তিত্ব নাইকিয়া কৰিব নেকি …

অৱশেষত বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হ’ল বিধায়ক

কলগাছিয়া, সংবাদ ৩৬৫, ২৯ জুন : বানৰ পানীত ককবকাইছে ৰাইজ। জন প্ৰতিনিধিৰ সময় নাই বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ বাবে। ৰাইজ ক্ষোভ, অভিযোগ দেখি কেইবাদিন ধৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য বানাক্ৰান্তৰ খবৰ ল’বলৈ উপস্থিত হ’ল বিধায়ক। জিলা উপায়ুক্তৰ লগত আলোচনা কৰি …

গাখীৰ ব্যৱসায়ী সকলে ৰাজপথত পেলালে গাখীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুন : ৰাজপথত গাখীৰ পেলাই গাখীৰ ব্যৱসায়ী সকলৰ প্ৰতিবাদ। লক ডাউনৰ প্ৰথমটো পুৱাতে প্ৰতিবাদত নামিল গাখীৰ ব্যৱসায়ী সকলে। মহানগৰীত আৰক্ষীয়ে গাখীৰ বিক্ৰী কৰাত বাধা প্ৰদানকলৈ নাৰেংগীৰ ৰাজপথ গাখীৰেৰে উটুৱাই পেলাই গাখীৰ ব্যৱসায়ী সকলে। দেশজুৰি কৰ’ণা ভাইৰাছৰ …

ধুবুৰীত অব্যাহত আছে বানপানীৰ তাণ্ডৱ

গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ২৯ জুন : ধুবুৰীত অব্যাহত আছে বানপানীৰ তাণ্ডৱ।বাঢ়নী পানীত ধুবুৰী জিলাৰ বিভিন্ন অঞ্চল। বানপানীয়ে জটিলতা ৰূপ ধাৰন কৰিছে জিলাখনত। নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত বানাক্ৰান্ত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰৰ। জিলাখনৰ নৈ-উপনৈ সমূহৰ জলস্তৰ …

বানৰ পানীত পৰি শিশুৰ মৃত্যু

নগৰবেৰাৰ পৰা আব্দুল হক, সংবাদ ৩৬৫, ২৮ জুন : বৰপেটাৰ চৰত অঘটন। বাঢ়নী পানীত পৰি তিনি বছৰীয়া শিশুৰ শোকাৱহ মৃত্যু। দিনৰ ভাগত ঘৰৰ চোতালত খেলি থকা অৱস্থাত হঠাৎ বানৰ পানীত পৰি নিৰুদ্দেশ হৈছিল শিশুটি। এঘণ্টা পিছত পানীত উফন্দী থকা অৱস্থাত …

গণ সংক্ৰমণৰ দিশে নেকি নগাঁও জিলা ?

নগাঁৱৰ পৰা কুন্দন ভৰালী, সংবাদ ৩৬৫, ২৮ জুন : গণ সংক্ৰমণৰ দিশে গতি কৰিছে নেকি নগাঁও জিলা? কোনো ভ্ৰমণ ইতিসক নথকা ব্যক্তি জিলাখনত আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত। ভ্ৰমণ ইতিসক নথকা নগাঁৱৰ দুগৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। বিকানীৰ জুৱেলাৰী …

মহানগৰীত পুনৰ ভূমিস্খলন : নিহত এগৰাকী ছাত্ৰী

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জুন : মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। খাৰঘূলিৰ হিৰম্বাপুৰত সংঘটিত হোৱা ভয়াবহ ভূমিস্খলনৰ ফলত নিহত হৈছে এগৰাকী ছাত্ৰী। পুৱা ঘৰ সাৰি থকা অৱস্থাত পাহাৰৰ মাটি খহি আহি ছাত্ৰী গৰাকীক হেচা মাৰি ধৰাত থিতাতে নিহত …