জুৰীয়াত লোমহৰ্ষক হত্যাকাণ্ড
নগাঁও, সংবাদ ৩৬৫, ২০ মে’ : নগাঁও জিলাৰ জুৰীয়াত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। ৰান্ধনীঘৰত ব্যস্ত থকা সময়ত দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি ডিঙি কাটি হত্যা কৰিলে গৰ্ভৱতী মহিলাক। বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ সন্ত্ৰস অব্যাহত থকাৰ বাবে সমগ্ৰহ দেশতে চলি আছে চতুৰ্থ …