খেলো ইণ্ডিয়া য়ুথ গেইমছৰ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ : অসমে লাভ কৰিছে ৬টা পদক

গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী : খেলো ইণ্ডিয়া য়ুথ গেইমছৰ পদকৰ তালিকাত দেওবাৰেও শীৰ্ষস্থান নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে মহাৰাষ্ট্ৰ। দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমে দিল্লী আৰু উত্তৰ প্ৰদেশ দখল কৰিবলৈ সক্ষম হোৱাৰ পৰিবৰ্তে তালিকাত অসমৰ স্থান ১৮তম। তৃতীয় খেলো …

“কা” বিৰোধী প্ৰতিবাদৰ মাজতেই ভোগালীক আদৰাৰ প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ জানুৱাৰী : “কা”ৰ প্ৰতিবাদৰ মাজতেই এতিয়া ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। সকলোৱে ভেলা-মেজি নিৰ্মাণ কৰিছে বিভিন্ন প্ৰতিকী ৰূপত । বঙাইগাঁৱৰ বান্নিপাৰাত ভেলা আৰু মেজিঘৰ সাজিছে চন্দ্ৰযান-২ ৰ আৰ্হিত । মেজি-ভেলাঘৰ সজাৰ ব্যস্ততাৰ মাজতে পথাৰ ভৰি …

ডুমডুমাত “কা” বিৰোধী আন্দোলনৰ শ্বহীদক সোঁৱৰী শ্ৰদ্ধাঞ্জলি

তিনিচুকীয়া, সংবাদ ৩৬৫, ১২ জানুৱাৰী : ডুমডুমাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে “কা” বিৰোধী আন্দোলনত শ্বহীদ হোৱা জাতীয় শ্বহীদক সোঁৱৰী শ্ৰদ্ধাঞ্জলিৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ উদোগত ডুমডুমাৰ গান্ধী মূৰ্ত্তি …

খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ প্ৰথমটো স্বৰ্ণপদক লাভ কৰিলে পূজা বসুমতাৰীয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী : তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ প্ৰথমটো স্বৰ্ণপদক লাভ কৰিলে পুজা বসুমতাৰীয়ে। জুডুৰ ৫৭ কেজি শাখাত স্বৰ্ণপদক লাভ কৰিলে পূজাই। অসমৰ জুডু খেলুৱৈ গৰাকীয়ে ১-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰিলে উত্তৰাখণ্ডৰ প্ৰতিযোগীক। খেলো ইণ্ডিয়া য়ুথ …

সম্পূৰ্ণ ২২ দিনৰ অন্তত কাৰাগাৰৰ পৰা মুক্তিলাভ শৃংখল চলিহাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী : কাৰাগাৰৰ পৰা মুক্তিলাভ কৰিলে শৃংখল চলিহাই । বৰপেটা কাৰাগাৰৰ পৰা দেওবাৰে মুক্তিলাভ লাভ কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । মুকলি আকাশৰ তলত আহিয়েই চৰকাৰে ২০২১ত ভূমিপুত্ৰসকলে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি চৰকাৰক প্ৰত্যাহ্বান …

দক্ষিণ শালমাৰা-মানকাচৰত “কা” বিৰোধী প্ৰতিবাদ : ১৩ জানুৱাৰীত বিশাল গণ সমাৱেশ কাৰ্যসূচী

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১১ জানুৱাৰী : সমগ্ৰ ৰাজ্যত অব্যাহত আছে “কা”বিৰোধী প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমন্বয় সংগ্ৰাম সমিতিয়েও ২৯ ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে “কা”বিৰোধী আন্দোলনৰ কাৰ্যসূচী। প্ৰত্যেক দিনাই “কা”ৰ বিৰুদ্ধে দুঘন্টীয়াকৈ গাঁওসমূহত জিলা …

এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাই পথসমূহত নাথাকিব স্পীড ব্ৰেকাৰ আৰু ৰাম্বল ষ্ট্ৰীপ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ জানুৱাৰী : এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাই পথসমূহত নাথাকিব স্পীড ব্ৰেকাৰ আৰু ৰাম্বল ষ্ট্ৰীপ। যান-বাহনসমূহে যাতে কোনোধৰণৰ সমস্যা নোহোৱাকৈ চলাচল কৰিব কৰিব পাৰে লগতে টোলগে’টবোৰ যাতে যান–জঁটমুক্ত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে …

প্ৰত্যেক বছৰৰ দৰে এইবছৰো হায়াত হাস্পতালত আয়োজন প্ৰাক ভোগালী বিহু

গুৱাহাটী, সংবাদ ৩৬৫, ১১ জানুৱাৰী : প্ৰত্যেক বছৰৰ দৰে এইবাৰো হায়াত হাস্পতালে হায়াত ইনষ্টিটিউট অৱ নাৰ্ছিং এডুকেছন আৰু হায়াত প্ৰতিবেশী সমাজৰ সহযোগত প্ৰাক ভোগালী বিহুৰ আয়োজন কৰে। সেই উদ্দেশ্যে শনিবাৰে বিশিষ্ট কৌতুক অভিনেত্ৰী চেতনা দাস আৰু বিশিষ্ট সংগীত শিল্পী বিমান …

পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৃষক নেতা অখিল গগৈক

গুৱাহাটী, সংবাদ ৩৬৫, ১০ জানুৱাৰী : পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৃষক নেতা অখিল গগৈক । ইফালে অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে খাদ্যৰ লগতে উপযুক্ত চিকিৎসা আগবঢ়াবলৈও নিৰ্দেশ দিয়ে আদালতে । উল্লেখ্য যে কৃষক নেতাগৰাকীক এন আই …

এজন অসমৰ বাঁহীবাদকৰ সৈতে শংকৰ মহাদেৱন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ জানুৱাৰী : অসমৰ এজন বাঁহীবাদকৰ প্ৰশংসাত পঞ্চমুখ বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন। বাঁহী বাদকজনৰ নাম দিলীপ হীৰা। খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে অসমলৈ অহা শংকৰ মহাদেৱনে ইতিমধ্যে ফেচবুকত শ্বেয়াৰ কৰিছে এই ভিডিওটো । …