ছয়গাঁৱৰ জোৰশিমুলিত শোকাবহ দুৰ্ঘটনা নিহতত দুই ভগ্নী
ছয়গাঁও, সংবাদ ৩৬৫, ৩ মে’ : দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জোৰশিমুলিত দেওবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ট্ৰেক্টৰৰ চেপাত পৰি দুই ভগ্নী নিহত হোৱাৰ পৰিবৰ্তে আঘাতপ্ৰাপ্ত হয় অন্য এগৰাকী ভগ্নী। দুৰ্ঘটনাক কেন্দ্ৰ কৰি জোৰশিমুলিত সৃষ্টি হয় উত্তপ্ত …