ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৩
গুৱাহাটী, সংবাদ ৩৬৫, ৭ মে’ : ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৩ লৈ বৃদ্ধি পালে। বৃহস্পতিবাৰে নিশা ৰাজ্যত ৮ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উঅস্থিতি। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগ সদৰি কৰিলে ৮ জনকৈ লোক কৰ’ণা …