গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব কৃষক নেতা অখিল গগৈক

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৃষক নেতা অখিল গগৈক। নিয়াৰ আদালতত প্ৰায় ৫ ঘণ্টাজোৰা জেৰা চলাই নেতাগৰাকীক। পুনৰ ১০ দিনৰ বাবে নিয়াই অখিল গগৈক জিম্মাত বিচাৰিছিল যদিও আদালতে খাৰিজ কৰে আবেদন। ইফালে এজন অপৰাধীৰ …

নেমকেয়াৰ চিকিৎসালয়ৰ সন্মুখত ভয়ংকৰ অগ্নিকাণ্ড : হাস্পতালৰ ৰোগীক স্থানান্তৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : বৃহস্পতিবাৰে বিয়লি ৩ মান বজাত মহানগৰীৰ নেমকেয়াৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । গুঞ্জন নামৰ এখন মিঠাই দোকানৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ফলত মিঠাইৰ দোকানখন সম্পূৰ্ণৰূপে জ্বলি …

শৃংখল চালিহাক হাজিৰ মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত : আদালতৰ চৌহদতেই জয় আই অসম ধ্বনি শৃংখল চলিহাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : বীৰ লাচিত সেনাৰ শৃংখল চালিহাক হাজিৰ মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত। আৰক্ষী আৰু সেনা-বাহিনীৰ কট-কটীয়া নিৰাপত্তাবেষ্টনীৰ মাজতেই জয় আই অসম ধ্বনি শৃংখল চলিহাৰ। বীৰ লাচিত সেনাৰ সদস্যও আদালতৰ চৌহদ জয় আই অসম ধ্বনিৰে উত্তাল কৰি …

অখিল গগৈৰ বাসগৃহত নিয়াৰ তালাচী : শৃংখল চলিহাৰ বাসগৃহতো অভিযান চি আই ডিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : অখিল গগৈৰ চানমাৰীস্থিত নিজৰাপাৰৰ বাসগৃহত নিয়াৰ প্ৰায় ৩ ঘণ্টাজোৰা অভিযান। অভিযানত জব্দ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল আৰু লেপটপ । অখিল গগৈয়ে লিখা কিতাপৰ এটা পাণ্ডুলিপিও লৈ যায় নিয়াই । জাপানৰ প্ৰধান মন্ত্ৰী অহাৰ আগমুহূৰ্তত …

কলিতা জনগোষ্ঠীক লৈ হোৱা বিতৰ্কক লৈ দুখ প্ৰকাশ জুবিন গাৰ্গৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ : সৰুপেটাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কলিতাসকলক লৈ এক মন্তব্য কৰিছিল। তাৰ পাছতে এতিয়া বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ । অনুষ্ঠানটোত কলিতা জনগোষ্ঠীটোক লৈ সমাজ বিভক্ত হৈ …

বৰদিনৰ আনন্দৰ মাজতেই হোজাই জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা

হোজাই, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ : ৰাজ্যজুৰি বৰদিনৰ উলহ-মালহ। বৰদিনৰ আনন্দৰ মাজতেই হোজাই জিলাৰ নীলবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা। কয়লা ভৰ্তি এখন ট্ৰাকৰ খুন্দাত মৃত্যু হয় ট্ৰাকৰ হেণ্ডিমেন। হেণ্ডিমেনজনৰ নাম মাছুম ইছলাম। যুৱকজনৰ ঘৰ লংকাৰ ডাবলংত বুলি জানিব পৰা গৈছে । …

কাৰ বাতিলৰ দাবীত ৰং-তুলিকা কবিতাৰে প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থা গুৱাহাটী আৰ্টিষ্ট গিল্ড অসম চাৰু কাৰু কলা পৰিষদ দৃশ্যকলা শিল্পী সন্থা, অসমে গুৱাহাটী মহানগৰীৰ লতাশিলত “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে শিল্পী সমাজ, সাহিত্যিক সমাজে । …

আগন্তুক ৫ দিনত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত হ’ব পাৰে বৰষুণ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : আগন্তুক ৫ দিনত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত হ’ব পাৰে বৰষুণ । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আগন্তুক ৫ দিনত সমগ্ৰ উত্তৰ-পূবত হ’ব বৰষুণ। গুৱাহাটী মহানগৰীত মঙলবাৰে সৰ্বনিম্ন তাপমাত্ৰা হৈছে ১১ …

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ হিতেশ দেৱ শৰ্মাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিলে হিতেশ দেৱ শৰ্মাই । প্ৰতীক হাজেলাৰ বদলিৰ পাছতেই হিতেশ শৰ্মাক দায়িত্ব দিয়া হৈছিল । দায়িত্বভাৰ গ্ৰহণ কৰি শৰ্মাৰ মন্তব্য ” আইনৰ প্ৰতি আৰু অসমবাসীৰ ওচৰত …

কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত প্ৰতিবাদ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অব্যাহত আছে দেশজুৰি প্ৰতিবাদ । মঙলবাৰে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত পুৱা ১১ বজাৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড়ৰ চৌকিডিঙিত কাৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ। লক্ষাধিক …