ওৰাঙৰ গেলাবিলৰ দুৰ্ঘটনা হোৱা স্থানত পূজা-অৰ্চনা অঞ্চলটোৰ ৰাইজৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ : ২০ নৱেম্বৰৰ পুৱতি নিশা ওৰাঙৰ গেলাবিলত মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়া খাই উভতি অহাৰ পথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ থিতাতে নিহত হয় ৮ জনকৈ লোক । তেজপুৰৰ তেলেৰীয়াত বিয়া খাবলৈ গৈ …

অসমৰ সংগঠনলৈ উত্তৰ-পূৱৰ সকলো সংগ্ৰামী শক্তিৰ সৈতে ঐক্যবদ্ধ হৈ যুঁজাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২২ নৱেম্বৰ : শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গুৱাহাটী মহানগৰীত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত কেবৰ সন্দৰ্ভত কয় যে ই সম্পূৰ্ণ অসাংবিধানিক, চূড়ান্ত সাম্প্ৰদায়িক চৰিত্ৰৰ তথা অসম আৰু উত্তৰ পূব ভাৰতৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্বৰ প্ৰতি চৰম …

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে চচলত প্ৰতিবাদী কাৰ্য্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫, ২২ নৱেম্বৰ : সমগ্ৰ উত্তৰ-পূৱৰ লগতে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে সজোৰে প্ৰতিবাদ কৰিছে এই বিলখনৰ বিৰুদ্ধে। শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ চচলত কেবৰ বিৰুদ্ধে হাতে …

কেবৰ বিৰোধীতাৰে অখিল গগৈৰ নেতৃত্বত বিশাল প্ৰতিবাদী সমদল

গুৱাহাটী, সংবাদ ৩৬৫, ২২ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ ক্ৰমাৎ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূব । শুকুৰবাৰে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্রাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি …

গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী নৈশ বাছত অগ্নিকাণ্ড : সুৰক্ষিতভাৱে উদ্ধাৰ যাত্ৰীক

গুৱাহাটী, সংবাদ ৩৬৫, ২২ নৱেম্বৰ : বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৩০ মান বজাত গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা শ্ৰীৰাম নামৰ বাছখনত হঠাতে অগ্নিৰ সূত্ৰপাত ঘটে। জুই লগাৰ ফলত বাছখনত থকা যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে নৈশ বাছখন …

৬ জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে দাবী আইটছা’ৰ : জংগী আন্দোলনৰ হুংকাৰ

গুৱাহাটী, সংবাদ৩৬৫, ২১ নৱেম্বৰ : বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল অনুষ্ঠিত কৰে অাইটছাই। সংবাদমেল অনুষ্ঠিত কৰি অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেন্টছ এচচিয়েশ্যন আছামৰ কেন্দ্ৰীয় উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিৰোধিতা কৰে। উপদেষ্টাগৰাকীয়ে সংবাদমেলত অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ …

দিছ্পুৰ থানাত নীলমণি সেন ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল সদৌ অসম বঙালী নাগৰিক সমাজৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : সদৌ অসম বঙালী নাগৰিক সমাজে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিছ্পুৰ থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিল কৰি ভাৰতীয় দণ্ডবিধি অনুসৰি প্ৰাক্তন মন্ত্ৰীগৰাকীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। এজাহাৰখনত সদৌ …

অসম গণ পৰিষদে খুলিলে ছাত্ৰ সংগঠন : জন্ম হ’ল অসম ছাত্ৰ সংগঠনৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : কংগ্ৰেছৰ এন এছ ইউ আই, বিজেপিৰ এ বি ভি পিৰ পাছত এইবাৰ অসম গণ পৰিষদে খুলিলে ছাত্র সংগঠন । বৃহস্পতিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রৰ বাকৰিত জন্ম হ’ল সংগঠনটোৰ । নাম অসম ছাত্ৰ সংগঠন। এই অনুষ্ঠানটিত …

ব্যক্তিগত খণ্ডৰ হাতলৈ নাযায় এন আৰ এল

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : অসম চুক্তি অনুসৰি স্থাপন হোৱা নুমলীগড় তেল শোধনাগাৰ চমুকৈ এন আৰ এল বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে । তাৰ পাছৰে পৰা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদেৰে উত্তপ্ত হৈ আছিল অসমৰ পৰিস্থিতি। অসমত এনে …

যুৱ সাংবাদিক সন্থা ,অসমৰ বঁটা ঘোষণা : বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজ্যৰ কেইবাজনো সাংবাদিকক প্ৰদান কৰা হ’ব বিভিন্ন শিতানত একোটাকৈ বঁটা

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ২০২০ চনৰ ৯ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব । বিগত বৰ্ষৰ দৰে এইবছৰো বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত শ্ৰেষ্ঠ বাতৰি …