২২ জানুৱাৰীত বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ সম্পূৰ্ণ বন্ধ ঘোষণা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ জানুৱাৰী : ২২ জানুৱাৰিত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বহু বিতৰ্কিত তথা খিলঞ্জীয়াই জাতিধ্বংসী আখ্যা দিয়া নাগৰিকত্ব সংশোধনী আইনৰ। এই দিনটোত বিশ্ববিদ্যালয় ছাত্ৰ সমাজে ঘোষণা কৰিছে ‘Total Shutdown’ । উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে সেইদিনা উত্তৰ-পূৰ্বাঞ্চলৰ …

অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি বেংক ধৰ্মঘট

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জানুৱাৰী : সপ্তাহত পাঁচ দিন কাম, ‘Pay Structure পুনৰ নিৰ্ধাৰণ’ আদি বিভিন্ন দাবীৰে ধৰ্মঘট বেংক ধৰ্মঘট কাৰ্যসূচী । অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি এই বেংক ধৰ্মঘট কাৰ্যসূচী ঘোষণা ক্ষুব্ধ বেংক সংগঠনৰ। …

ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জানুৱাৰী : আপোনালোকৰ বন্ধু নৰেন্দ্ৰ মোদী আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছে। সোমবাৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানৰ আৰম্ভণিতে এনেদৰে কয় মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বিফলতাৰ সময়তো সফলতাৰ শিক্ষা পাব পাৰো। …

গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ অষ্টম মেচ ডে’ খিতাপৰ কাষলৈ জিচিএফচি ইউনিকৰ্নছ

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জানুৱাৰী : অনুৰ্ধ ১০ শাখাৰ চূড়ান্ত ৰাউণ্ডৰ ১০খন মেচেৰে দেওবাৰে উত্তেজনাপূৰ্ণ হৈ উঠে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ এ আই এফ এফৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজনৰ অষ্টম মেচ …

হাটশিঙিমাৰীৰ মাতিনেৰ চৰ গাঁৱত উচ্ছেদ অভিযান

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৮ জানুৱাৰী : শনিবাৰৰ পুৱা ১১ বজাৰে পৰা মানকাচৰ জিলা প্ৰশাসনে হাটশিঙিমাৰীৰ মাতিনেৰ চৰ গাঁৱত চলাইছে উচ্ছেদ অভিযান। আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত চলাইছে চৰকাৰী মাটিত অবৈধভাৱে বাস কৰা প্ৰায় দুই শতাধিক পৰিয়ালৰ বাসগৃহত উচ্ছেদ অভিযান। জানিব …

আলোচনালৈ অহা এডিএফবিক আদৰণি পিডিএমবিৰ : ২০ জানুৱাৰীৰ পিচত মূলসুঁতিলৈ আহিব বি বিদায়ো

বাক্সা, সংবাদ ৩৬৫, ১৮ জানুৱাৰী : অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ অহা বি চৰাইগৌৰা নেতৃত্বাধীন এন ডি এফ বিক আদৰণি পিপুলচ ডেমোক্ৰেটিক মুভমেন্ট অফ বডোলেণ্ডৰ ৷ শনিবাৰে বাক্সা জিলাৰ বৰমাত এক সংবাদমেলৰ আয়োজন কৰি চমুকৈ পিডিএমবিয়ে এন ডি এফ বিৰ চৰাইগৌৰা …

আছুৰ নতুন ৰাজনৈতিক দলক আদৰণি হিমন্ত বিশ্ব শৰ্মাৰ : মই ছিনিয়ৰ গগৈক ভয় কৰা নাছিলো, এতিয়া জুনিয়ৰ গগৈক কি ভয় কৰিম?’- শৰ্মা

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জানুৱাৰী : আছুৰ নতুন ৰাজনৈতিক দলক আদৰণি জনালে হিমন্ত বিশ্ব শৰ্মাই। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক ইয়াৰ বাবে কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ‘মই ছিনিয়ৰ গগৈক ভয় কৰা নাছিলো, এতিয়া জুনিয়ৰ গগৈক কি ভয় কৰিম?’ …

নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙৰ ক্ষমা আবেদন খাৰিজ কৰিলে ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ জানুৱাৰী : নিৰ্ভয়া দলবদ্ধ বলাৎকাৰ আৰু হত্যাৰ গোচৰত মৃত্যুদণ্ডৰে দণ্ডিত চাৰি দোষীৰ ভিতৰত মুকেশ সিঙে কিছুদিন পূৰ্বে ক্ষমা আবেদন দাখিল কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্ভয়া কাণ্ডৰ দোষীৰ এখনেই ক্ষমা আবেদন শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰলৈ …

চাকৰিৰ প্ৰলোভনেৰে বিশুদ্ধ খোৱা পানী যোগান আঁচনি : দহ বছৰ ধৰি এটোপাল পানীৰ নাই যোগান

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৭ জানুৱাৰী : বিগত ১০ বছৰ ধৰি এটুপাল খোৱা পানীৰ বাবে হাহাকাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগত কানাইমাৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি খন আজি প্ৰায় ১০ …

খেলো ইণ্ডিয়াত অসমৰ আৰু এটা স্বৰ্ণ পদক

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জানুৱাৰী : তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত অব্যহত আছে অসমৰ খেলুৱৈ সকলৰ উন্নত প্ৰদৰ্শন। অসমৰ খেলুৱৈ সকলে উন্নত প্ৰদৰ্শনেৰে প্ৰতিযোগতখনত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে সাতোৰত অসমে লাভ কৰিলে আৰু …