খেলো ইণ্ডিয়া : পদকৰ তালিকাত শীৰ্ষত হাৰিয়ানা
গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জানুৱাৰী : খেলো ইণ্ডিয়া য়ুথ গেইমছৰ পদকৰ তালিকাত সোমবাৰে শীৰ্ষস্থান দখল কৰিলে হাৰিয়ানাই। দ্বিতীয় স্থানলৈ অৱনতি ঘটিল শনিবাৰে আৰু দেওবাৰে শীৰ্ষত থকা মহাৰাষ্ট্ৰৰ। দিল্লী দেওবাৰৰ দ্বিতীয় স্থানৰ পৰা তৃতীয় স্থানলৈ নামি অহাৰ পৰিবৰ্তে পদকৰ তালিকাত আগুৱাই আহিছে …