কলগাছিয়াৰ আমগুৰিত কৃষকৰ মূৰত ৰামটাঙোন : মহাজনৰ ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ পথলৈ গতি কৰিছে কৃষকে
কলগাছিয়া, সংবাদ ৩৬৫, ২৬ আগষ্ট : কলগাছিয়া কৃষি চক্ৰৰ অন্তৰ্গত আমগুৰি গাওঁৰ আব্দুল মোতালেব নামৰ এজন শিক্ষিত নিবনুৱাই দহ বিঘা মালভোগ কলৰ খেতি কৰিছিল । গছত কল ধৰাৰ সময়ত বানপানীয়ে খেতি ডৰা সম্পূৰ্ণ ৰূপে বিনষ্ট কৰাৰ ফলত মূৰে কপালে হাত …