ৰূপসী উন্নয়ন খণ্ডৰ চৌহদত থকা আৰু বৰপেটা অসামৰিক চিকিৎসালয়ৰ বাগিচাৰ নামত ব্যাপক দুৰ্নীতি : আৰ টি আই কৰ্মীক নিৰ্যাতনৰ লগতে মৃত্যুৰ ভাবুকি
কলগাছিয়া, সংবাদ ৩৬৫, ২৪ আগষ্ট : কলগাছিয়াত আৰ টি আই কৰ্মীৰ ওপৰত চলে নিৰ্যাতন। দুৰ্নীতিৰ ওপৰত আৰ টি আই কৰিলেই মৃত্যুৰ ভাবুকি পৰ্যন্ত আহে আৰ টি আই কর্মীলৈ। এই অভিযোগ আৰ টি আইকৰ্মী আলতাফ হুছেইনৰ। আলতাফ হুছেইনে অভিযোগ কৰি কয় …