গৌৰীসাগৰত শোকাৱহ পথ দুৰ্ঘটনা : পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ একাংশৰ

শিৱসাগৰ, সংবাদ ৩৬৫, ৩০ আগষ্ট : শুকুৰবাৰে পুৱতি নিশা শিৱসাগৰৰ গৌৰীসাগৰ হাতীঘুলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ পুৱতি নিশা নৈশ কৰ্তব্য সম্পন্ন কৰি ঘুৰি আহোতেই এখন বন বিভাগৰ জিপছী বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৪জন …

চিকিৎসা বিজ্ঞানে চৰম সীমা পোৱাৰ পিছতো কলগাছিয়াৰ খেল্লীত চৰম অন্ধ বিশ্বাসৰ কৱলত গঞা

কলগাছিয়া, সংবাদ ৩৬৫, ২৯ আগষ্ট : এজনী গাই গৰুক লৈ চলিছে চৰম অপপ্ৰচাৰ। গাই গৰুজনী দৈৱ গুণ সম্পন্ন। যাৰ বাবে গো মাতাই পোৱালী জন্ম নিদিয়াকৈ বা গৰ্ভধাৰণ নকৰাকৈ দৈনিক ১৩ লিটাৰকৈ দিয়ে গাখীৰ। এই গাখীৰ ঔষধি আৰু দৈৱ গুণ সম্পন্ন। …

ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফপোলা স্বৰূপ উদঙাইছে বৰপেটা জিলাৰ জনীয়া-হাউলী গড়কাপ্তানী পথে

বৰপেটা, সংবাদ ৩৬৫, ২৯ আগষ্ট : মৰণফান্দত পৰিণত হৈছে জনীয়া-হাউলী গড়কাপ্তানি পথ। বানপানীয়ে কেইবা ঠাইও খহাই নিয়াৰ ফলত সৃষ্টি হোৱা পুখুৰী সদৃশ গাতৰ ফলত যমৰ-যাতনা ভোগ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ। পথটোত নিতৌ সংঘটিত হৈ আহিছে সৰু-বৰ পথ দুৰ্ঘটনা কিন্তু কুম্ভকৰ্ণ …

ডিজিটেল মিডিয়ালৈ ২৬ শতাংশ এফ ডি আই মঞ্জুৰী কেন্দ্ৰীয় কেবিনেটৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ আগষ্ট : ডিজিটেল মিডিয়ালৈ ২৬ শতাংশ এফ ডি আই মঞ্জুৰী । বুধবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে । ইয়াৰ উপৰিও এই বৈঠকত গ্ৰহণ কৰা …

বৰপেটাত মগনীয়াৰ ঘৰত চুৰি : লুটি নিলে এন আৰ চিৰ নথি

বৰপেটা, সংবাদ ৩৬৫, ২৮ আগষ্ট: বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত ফুলবাৰী গাঁৱত সংগঠিত হৈছে এক চুৰি ঘটনা। এজন মগনীয়াৰ ঘৰত চুৰ সোমাই লুটি নিলে কিছু ধন, ৰূপৰ গহনাৰ লগতে এন আৰ চি কে ধৰি অন্যান্য বহু গুৰুত্বপূৰ্ণ নথি। ঘটনা বিৱৰণী …

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব বেংকৰ কিছু নিয়ম : কে ৱাই চি পূৰণ নকৰিলে বন্ধ হ’ব পাৰে মোবাইল ৱালেট

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ আগষ্ট : ১ ছেপ্টেম্বৰৰ পৰা বেংকৰ কিছু নিয়ম সলনি হ’ব, যাৰ প্ৰভাৱ হয়তো সকলোৰে দৈনন্দিন জীৱনত পোনপটীয়াভাৱে পৰিব। কোনো বেংকে যদি ঘৰ কিনিবলৈ সুবিধা প্ৰদান কৰিছে, কোনোটোৱে আকৌ সময় সলনি কৰিব পাৰে। কেইবাটাও বেংকে ১ …

অসমীয়া ভাষাত প্ৰথমবাৰৰ বাবে লিখি উলিওৱা এখন ফুটবলৰ নিয়মাৱলী : যাৰ নিয়মীয়াৱলী অনুসৰি বৰ্তমানেও চলি আছে অসমৰ ফুটবল খেল

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ আগষ্ট : ১৯৫৭ চনতে অসমীয়া ভাষাত প্ৰথমবাৰৰ বাবে লিখি উলিওৱা এখন ফুটবলৰ নিয়মাৱলী । সেই নিয়মীয়াৱলী অনুসৰি এতিয়াও চলি আছে অসমৰ ফুটবল খেল।এই নিয়মাৱলীখন লিখিছিল গুৱাহাটী মহানগৰীৰ এজন বিশিষ্ট ক্ৰীড়াবিদ নগেন্দ্ৰ চন্দ্ৰ বৰ্মণ । অসমৰ খেলৰ …

নদীৰ ঘোলা পানী পান কৰি প্ৰাণ বচাইছে চৰবাসীয়ে : চৰকাৰৰ কোনো আঁচনি ঢুকি নাপায় চৰ সমূহত

জনীয়া, সংবাদ ৩৬৫, ২৭ আগষ্ট : বৰপেটা জিলাৰ জনীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰ সমূহত বাস কৰা লোকসকল এক প্ৰকাৰ জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰি আহিছে। এই লোকসকলে নদীৰ ঘোলা পানী পান কৰি বচাই আছে নিজৰ প্ৰাণ। চৰকাৰৰ কোনো …

ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নীধি আৰু ক্ৰিচেল ফাউণ্ডেচনৰ তৰফৰ পৰা বান সাহাৰ্য্য

জাগীৰোড, সংবাদ ৩৬৫, ২৭ আগষ্ট : গ্ৰামাঞ্চলৰ মহিলা সকলক বিভিন্ন আঁচনিৰ জৰিয়তে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে কাম কৰি অহা ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নীধি আৰু ক্ৰিচেল ফাউণ্ডেচন নামৰ সংস্থা দুটাই এইবাৰ আগবঢ়াইছে বান সাহাৰ্য ৷ চলিত বৰ্ষত বানে জুৰুলা কৰা …

তাজ ভিভাণ্টাত উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বৈঠক : ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ আগষ্ট : মহানগৰীৰ খানাপাৰাস্থিত তাজ ভিভাণ্টা হোটেলত উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ বৈঠক। এই বৈঠকৰ আয়োজন জলবিদ্যুৎ উৎপাদন সন্দৰ্ভত আয়োজন এই বৈঠকৰ। ইফালে বৈঠকৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোটেল তাজ বিভান্তাৰ সন্মুখত চৰকাৰ …