প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা : তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬জুন : সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটাই প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা । পুৱা ১০ বজাৰ লগে লগে উপলব্ধ হ’ল খচৰা । তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম …