এতিয়াৰে পৰা গাড়ীৰ গৰাকীসকলে গাড়ীসমূহ গুগল মেপছৰ দৰে ডিজিটেল মানচিত্ৰত পি চি আৰু স্মাৰ্ট ফোনত চাব পাৰিব : নেটৱৰ্ক অবিহনে লাইভ ভেহিকল ট্ৰেকিংৰ বাবে মুকলি কৰিলে “ইন্টেলিপ্লে এক্সট্ৰিম” :
গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট : ট্ৰেক এন টেলে মুকলি কৰিলে নেটৱৰ্ক অবিহনে লাইভ ভেহিকল ট্ৰেকিংৰ বাবে মুকলি কৰিলে “ইন্টেলিপ্লে এক্সট্ৰিম । ইন্টেলিপ্লে এক্সট্ৰিম হৈছে এবিধ স্মাৰ্ট ইনফ’টেইনমেণ্ট সঁজুলি যিয়ে ইয়াৰ উন্নত ছফ্টৱেৰৰ জৰিয়তে গাড়ী এখনৰ সম্পূৰ্ণ লাইভ ট্ৰেকিংৰ সুবিধা …