সুদীৰ্ঘ ১৫ বছৰৰ অন্ততো ৰায়দান নহ’ল অপেক্ষাৰত ধেমাজি কাণ্ডৰ : ধেমাজি কাণ্ডৰ সৈতে সাঙোৰ খাই পৰা ভৰত নৰহক সঁচাকৈয়ে সুৰক্ষা দিছিল নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে? : কিয় হত্যাৰ বলি হ’ল অধিবক্তা?

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জুন : ২০০৪ চনৰ ১৫ আগষ্টৰ সমগ্ৰ ৰাজ্যৰ লগতে বিশ্ব কঁপাই তোলা ধেমাজিৰ বোমা বিস্ফোৰণ। সকলোৱে নিশ্চয় পাহৰা নাই ধেমাজি কাণ্ড । টিভিৰ পৰা বাতৰিৰ শিৰোনামলৈকে দখল কৰিছিল ধেমাজিৰ কাণ্ডই । ১৫ আগষ্টত এক শক্তিশালী …

ৰাভা দিৱসৰ দিনটোতে মুকলি হ’ল শৰাইঘাটৰ পুৰণি দলং : অন্ত পৰিব তীব্ৰ যান-যঁটৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুন : ৰাভা দিৱসৰ দিনটোতে মুকলি হ’ল শৰাইঘাটৰ পুৰণি দলং । ১৯৬৩ চনৰ ৭ জুনত আনুষ্ঠানিকভাৱে মুকলি হোৱা শৰাইঘাটৰ পুৰণি দলঙৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ হ’ল মেৰামতিৰ কাম। প্ৰতিদিনেই তীব্ৰ যান-যঁটৰ সৃষ্টি হোৱা মহানগৰীত এতিয়াৰে নহ’ব বিশেষ …

এক ব্যতিক্ৰমী ভ্ৰমণৰ অভিজ্ঞতাৰ সোৱাদ দিবলৈ সাজু আৰ টি চি

গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুন : ভ্ৰমণ বিলাসীসকলৰ বাবে আৰ টি চিয়ে দিব এক ব্যতিক্ৰমী অভিজ্ঞতা । যাৰ সহযোগত অকলশৰীয়া যাত্ৰী , পৰিয়াল, বন্ধুবৰ্গ আদিয়ে লব পাৰিব এক অনন্য অভিজ্ঞতা । ৰ’ডট্ৰিপছকো চমুকৈ আৰ টি চি গুৱাহাটীৰ মাজত বহুল চৰ্চিত …

চিপিআইএমৰ স্মাৰক পত্ৰৰ পাছতেই কাগজকলৰ কৰ্মচাৰীক বিনামূলীয়াকৈ খাদ্যৰ লগতে লৰা-ছোৱালীৰ পঢ়া-শুনাৰ দাবীৰ প্ৰসংগত জৰীপ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুন : এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে ডেৰমাহতকৈও কম সময় আছে কিন্তু এই তালিকাৰ পৰা বাদপৰা সকলৰ অৱস্থান সম্পৰ্কে চৰকাৰে কোনো কথা জনোৱা নাই । এই সন্দৰ্ভত চিপিআইএমৰ অসম ৰাজ্যিক কমিটিৰ এটা পাঁচজনীয়া দলে …

অসমতে অসম চৰকাৰে নিৰ্মান কৰিব নোৱাৰে পথ-দলং : প্ৰায় ৯খন গাওঁকলৈ নিৰ্মান হোৱা দলংৰ কাম বন্ধ কৰিছে মেঘালয়ে

কামৰূপ, সংবাদ ৩৬৫, ২০ জুন : অসমতে অসম চৰকাৰে নিৰ্মান কৰিব নোৱাৰে পথ-দলং । অসম চৰকাৰৰ নিৰ্মানকাৰ্য বন্ধ কৰি থৈছে মেঘালয়ে । সীমা সংঘাত আজিৰ নহয় বহুদিন পূৰ্বৰে কিন্তু এতিয়া পথ নিৰ্মাণক লৈ অসম মেঘালয় সীমান্তত সৃষ্টি হৈছে উত্তেজনা । …

লাখ লাখ ভক্তৰ সমাবেশেৰে উজ্বলিব নীলাচলৰ বুকু : অম্বুবাচী মেলা উপলক্ষে চাৰিদিনৰ বাবে নিষিদ্ধ হ’ব ডিজি, এমজি ৰোডত বাছৰ চলাচল

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াৰ যুটীয়া সংবাদমেল । ২১ জুনৰ পৰা হ’বলগীয়া শক্তিপীঠ মা কামাখ্যাৰ অম্বুবাচী মেলাৰ সন্দৰ্ভত আয়োজন কৰা হয় সংবাদমেলৰ। সংবাদমেলত জানিবলৈ দিয়া …

ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাৰে অসম আৰক্ষীৰ সজাগতা সভা : ছাত্ৰ-ছাত্ৰীক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ আহ্বান

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : মহানগৰীৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত বুধবাৰে অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ উপস্থিতিত সজাগতামূলক সভা । ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাৰে এইদৰে অসম আৰক্ষী আৰু অপৰাধ তদন্ত শাখাৰ বিভিন্ন অনুষ্ঠান । এই …

ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্তক সহায়ৰ হাত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ

নিউজ ডেস্ক , সংবাদ ৩৬৫, ১৯ জুন : কৰ্মৰে মহানুভৱতাৰ পৰিচয় দিলে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে। ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্তক সহায়ৰ হাত আগবঢ়ালে জুবিন গাৰ্গে। গোৱালপাৰাৰ এক সংগীতানুষ্ঠানৰ পৰা উভতি আহিছিল কণ্ঠশিল্পীগৰাকী । উভতি আহোতেই প্ৰত্যক্ষ কৰিছিল ছয়গাঁৱৰ কাৱৈমাৰীত …

তীৰ জুৱা, বাল্যবিবাহৰ বিৰূদ্ধে আমছুৰ ৰাজ্যজুৰি প্ৰতিবাদ

দৰং, সংবাদ ৩৬৫, ১৯ জুন : তীৰ জুৱা বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ জোৰ সমদল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙ জিলা আমছুৱে তীৰ জুৱাৰ বিৰূদ্ধে সজাগতা মূলক এক সমদল বাহিৰ কৰে । তীৰ জুৱা, বাল্য বিবাহ, কু সংস্কাৰ, অসামাজিক কাৰ্য্যকলাপ …

ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ লগতে গৰুৰ মাংস নিষিদ্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান নতুন ৰাষ্ট্ৰবাদী সংগঠনৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : অসমত এক নতুন ৰাষ্ট্ৰবাদী সংগঠনে জন্ম লাভ কৰিছে । সেই উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে সংগঠনটোৱে । বৃহত্তৰ হিন্দু সমাজখনৰ সুৰক্ষাই হব সংগঠনৰ মূল উদ্দেশ্য। সংবাদমেলত সংগঠনটোৱে কয় যে অসমত শদিয়াৰ …