অভি-নীলৰ স্মৃতিত এলভিছ আলী হাজৰিকাৰ কেলিফোৰ্নিয়াৰ পৰা মেক্সিকোলৈ ২০ মাইল যোৰা সাঁতোৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : অভি-নীলৰ দকমকাৰ নৃশংস হত্যাকাণ্ড নিশ্চয় সকলোৰে মনত আছে । কিন্তু এই হত্যাকাণ্ডৰ দোষী, অভিযুক্ত আজিও মুকলি আকাশৰ তলত । এই অভি-নীলৰ স্মৃতিত আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই মেক্সিকোৰ সান্তা কেথেলিন আইলেণ্ডৰ পৰা ৰনেছ পালাছ …

লুণা কলিতাৰ হত্যাকাৰী আজিও মুকলি আকাশৰ তলত : পিতৃৰ ক্ষোভ, প্ৰতিবন্ধী হোৱাৰ বাবেই লুণাই ন্যায় নাপালে

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : ২০১৮ চনৰ ৭ জুনত গুৱাহাটীৰ লংকেশ্বৰৰ ঈৰদা মহাবিদ্যালয়ৰ মুকবধিৰ লুণা কলিতাক ধৰ্ষণ কৰি হত্যা আত্মহত্যাৰ ৰূপ দিয়া হৈছিল। কিন্তু সেই লুণা কলিতাই বৰ্তমানেও ন্যায় নাপালে। উক্ত ঘটনাৰ সন্দৰ্ভত সেই সময়ত মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালকৰ পদত …

ডবকা কাণ্ডক গৰিহণা দি প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিক মহলৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : ডবকা কাণ্ডৰ গৰিহণা দি গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিক মহলে শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংবাদ মাধ্যমৰ আগত তেওঁলোকে অতি ক্ষোভেৰে কয় ” নতুন চৰকাৰ আহিবৰ পৰা …

উচ্চতম ন্যায়ালয়ৰ ওচৰত ৫ লাখ টকা লৈ ঘোষিত বিদেশীক এৰি দিয়াৰ শপতনামা দাখিল অসম চৰকাৰৰ : অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : বৃহস্পতি বাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত অসম চৰকাৰে শপত নামা দাখিল কৰি ঘোষণা কৰে যে ঘোষিত বিদেশীয়ে যদি ৫ লাখ টকাৰ আমানত দিয়ে,জীৱনৰ সত্যা-সত্য যদি প্ৰমাণ কৰিব পাৰে আৰু সম্পূৰ্ণ বাইঅ’ মেট্ৰিক তথ্য যদি সংগ্ৰহ …

গুৱাহাটীত গ্লেনেগোলছ গ্লবেল হাস্পাতাল হায়দৰবাদৰ, শিশু যকৃত বিশেষজ্ঞ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান গ্লেনেগোলছ গ্ল’বেল হাস্পাতালৰ শিশু ৰোগ বিশেষজ্ঞ প্ৰশান্ত বাচানে অচিৰেই গুৱাহাটী আঠগাঁও স্হিত মাৰোৱাৰী মেটাৰনেটি হাস্পাতালটত আৰম্ভ কৰিব বহিঃ বিভাগ।উল্লেখযোগ্য যে গ্লেনেগোলছ গ্লবেল হাস্পাতাল হৈছে এখন মাল্টি চুপাৰ স্পেচিয়েলিটি হাস্পাতাল, য’ত …

ৰঞ্জন গগৈৰ বিৰুদ্ধে মহিলাৰ যৌন নিৰ্যাতনৰ অভিযোগ অনাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : “ৰঞ্জন গগৈৰ বিৰুদ্ধে এগৰাকী মহিলাই যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ অন্তৰালত যে ডাঙৰ ষড়যন্ত্ৰ নিহিত হৈ আছে সেয়া ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে। ৰঞ্জন গগৈৰ বিৰুদ্ধে যাতে কোনোধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা …

ভণ্ড জাতীয়তাবাদীক প্ৰতিহত কৰাৰ সংকল্প : নিবাৰণ বৰাৰ ৯৯ সংখ্যক জন্মদিনত অসমত প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠাৰ সংকল্প

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : অসমত জাতীয়তাবাদী ধাৰাৰ প্ৰতিষ্ঠাপক তথা পি এল পি দলৰ প্ৰতিষ্ঠাপক সভাপতি নিবাৰণ বৰুৱাৰ ৯৯ সংখ্যক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমত প্ৰকৃত জাতীয়তাবাদ শক্তিশালী কৰাৰ উপায় শীর্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। জাতীয়তাবাদী পুনৰ নিৰ্মান সমিতিৰ …

২৫ বছৰৰ আগৰ সেনা আৰক্ষীয়ে আলফাৰ ওপৰত কৰা বৰ্বৰতা কিমান গুণে কম আলফাই নিজ সদস্যক হত্যা কৰি গাঁতত পুতি থোৱা কাৰ্য্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : সকলোৰে নিশ্চয় মনত আছে অসম আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত নিহত হোৱা ৫ জনকৈ আলফা সদস্যক একেখন চিতাতে ন্যূনতম মানৱতা নোহোৱাকৈ টায়াৰ, কেৰাছিনেৰে এজনৰ ওপৰত এজনকৈ জাপি জ্বলাই দিয়া হৈছিল । শেহতীয়াকৈ …

ৰাজনাথ সিঙৰ স্মাৰ্ট ফ্রেন্সিংক বুঢ়া আঙুলি দেখুৱাই অবৈধভাৱে ভাৰতত প্ৰৱেশ বাংলাদেশীৰ : বাংলাদেশী ব্যক্তিক আশ্ৰয় দিয়া ঘৰৰ গৰাকীক আটক

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫,২৫ এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰে ধুবুৰীৰ ভাৰত বাংলাদেশ উন্মুক্ত সীমান্ত কটকটীয়া কৰি তোলাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে নিৰ্বাচনৰ পূৰ্বে ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ জিলাত ইজৰাইল পদ্ধতিৰ স্মাৰ্ট ফ্রেন্সিং ব্যৱস্থা কৰিছিল। কিন্তু চৰকাৰৰ এই স্মাৰ্ট ফ্রেন্সিংক বুঢ়া …

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উদযাপন বিশ্ব মেলেৰিয়া দিৱস

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উদযাপন বিশ্ব মেলেৰিয়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমে নাৰীকলবস্তিত পালন কৰে এই দিৱসৰ। অনুস্থানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ দেৱেশ্বৰ …