মাত্ৰ ৯০০ টকাৰ বাবে দক্ষিণ শালমাৰাত বন্ধুৱে হত্যা কৰিলে বন্ধুক : হত্যাকাণ্ডৰ লগত জড়িত আন কেবাজন পলাতক
দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ২৫ এপ্ৰিল : ধুবুৰী জিলাৰ অসম মেঘলায় সীমান্তৱৰ্তী কুৰকাৰপাহাৰ গাঁৱত মাত্ৰ ৯০০ টকাৰ বাবে বন্ধুৱে বন্ধুক হত্যা কৰি নদীত ভূটভূটি নাৱৰ তলত লুকাই ৰখাৰ প্ৰায় ২০ ঘণ্টা পাছত মাছমৰিয়াই মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুজন হত্যাকাৰীক আটক …