গ্ৰেটাৰ গুৱাহাটী বেবী লীগ : ছেমি ফাইনেলত ৰাইনোজ, ৱেৰিয়ৰ্ছ, হক্ছ আৰু ড্ৰেগন্স
গুৱাহাটী, সংবাদ ৩৬৫, ২১ এপ্ৰিল : ব’হাগ বিহুৰ বিৰতিৰ পাছত আজি পুনৰ আৰম্ভ হয় অসমৰ সৰ্বপ্ৰথম শিশুৰ ফুটবল লীগ “গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ ৷ বিহুৰ পাছৰ উপভোগ্য দেওবাৰটোত আজি পাঁচ শতাধিক শিশু ফুটবলাৰে পুনৰ গুৱাহাটী চিটী এফ চি আৰু স্প’ৰ্টছক্ৰাফ্ট …