মুখ্য সচিবৰ সৈতে আলোচনাত অসম সাহিত্য সভা : ভাষিক সংঘাত সৃষ্টিৰ বাবে তৎপৰ অশুভ শক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব – মুখ্য সচিব
গুৱাহাটী, সংবাদ ৩৬৫, ৫ জুন : অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ সংবাদমেল। মঙ্গলবাৰে ৰাজ্যৰ মুখ্য সচিব, অতিৰিক্ত সচিবৰ সৈতে হোৱা বৈঠকৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি, চ’লো পাল্টাই আৰু মাতৃভাষা, ৰাজ্যভাষাৰ দাবী সন্দৰ্ভত অনুষ্ঠিত হয় সংবাদমেল । অসমৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত …