পাঠশালাত ভ্ৰাম্যমাণ বেউলাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন
পাঠশালা , সংবাদ ৩৬৫, ১৩ এপ্ৰিল : এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শনিবাৰে পাঠশালাৰ আৱাহন থিয়েটাৰৰ বাকৰিত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰয়াত শিল্পী তথা ভ্ৰাম্যমাণৰ বেউলা খ্যাত অনুপমা ৰয়ৰ এটা বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । উল্লেখ্য যে অনুপমা ৰয় আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ …