২১ এপ্ৰিলত মিছ এণ্ড মিছেছ গ্লব ইণ্ডিয়া গ্লৱেল প্ৰতিযোগিতাৰ অডিছন
গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিল : মিছ এণ্ড মিছেছ গ্লব ইণ্ডিয়া গ্লৱেল প্ৰতিযোগিতাৰ গুৱাহাটীৰ অডিছন অহা ২১ এপ্ৰিলত আয়োজন কৰা হৈছে। দিনজোৰা কাৰ্য্যসূচীৰে এই প্ৰতিযোগিতাৰ অডিছন গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ হোটেল পুলিন গ্ৰেণ্ডৰ সভাকক্ষত অনুষ্ঠিত কৰা হব। সেই উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীৰ …