উত্তৰ-পূবক লৈ মাওবাদীৰ ভয়ানক ব্লু প্ৰিণ্ট ফাদিল : সন্ত্ৰাসবাদ বৃদ্ধি-সম্প্ৰসাৰণ কৰাৰ পোষকতা মাওবাদীৰ

নিউজ ডেস্ক , সংবাদ ৩৬৫, ৩১ মাৰ্চ : উত্তৰ-পূবক লৈ মাওবাদীৰ ভয়ানক ব্লু প্ৰিণ্ট ফাদিল। চি পি আই(মাৱিষ্ট)ৰ উগ্ৰপন্থীৰ সমৰ্থকক একত্ৰৰ পৰিকল্পনা। অসম, নাগালেণ্ড আৰু মণিপুৰৰ লোকক একত্ৰিতৰ পৰিকল্পনা কৰিছিল। পৃথক বড়ো ৰাজ্যক প্ৰত্যক্ষ সমৰ্থনৰ প্ৰস্তাৱ লোৱাৰ লগতে গোর্খা ৰাজ্য …

বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ গহপুৰত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

তেজপুৰ, সংবাদ ৩৬৫, ৩০ মাৰ্চ : এইবাৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ মোদীৰ। বিশাল জনসভাক সম্বোধন কৰি মোদীয়ে কয় যে মই নকওঁ যে ৫ বছৰত সকলো কাম কৰিম। ৭০ বছৰত যদি কৰিব নোৱাৰে, ৫ বছৰত কেনেকৈ কৰিব …

এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী এগৰাকী তৃতীয় লিংগ

নিউজ ডেক্স, সংবাদ ৩৬৫, ৩০ মাৰ্চ : ভৱানী নাথ বাল্মিকী এইবাৰৰ লোকসভা নিৰ্বাচনৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী। অধিবক্তা, অভিনেত্ৰীৰ পাছত এইবাৰ নিৰ্বাচনত নামিল এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী। এইগৰাকী প্ৰাৰ্থীক আপৰ আম আদমী পাৰ্টীয়ে প্ৰয়াগৰাজ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিছে । তেৰ বছৰ …

নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰাবাট আৰু বশিষ্ঠ আৰক্ষীৰ অভিযান

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : নিশা যোৰাবাট আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিল অভিযান ।অভিযানত জব্দ ১১ খন কৈ অত্যাধিক কয়লা কঢ়িওৱা ,নথি পত্ৰ বিহিন কয়লাভৰ্তি ট্ৰাক । মাৰ্ঘেৰিটা আৰু মেঘালয়ৰ পৰা সৰবৰাহ কৰা হৈছিল উক্ত …

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ সমৰ্থকে সাংবাদিকক কৰিলে আক্ৰমন : বৰ্তমান অসমত সুৰক্ষিত নহয় নেকি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকল

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : পুনৰ আক্ৰমণৰ সন্মুখীন হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক । এইবাৰ সাংবাদিকক আক্ৰমণ কৰিলে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ সমৰ্থকৰূপী এজন উদণ্ড যুৱকে। এই উদণ্ড যুৱকে বৰঝাৰ বিমানবন্দৰত শনিবাৰে বিয়লি কৰ্মৰত সাংবাদিকক আক্ৰমন …

এইবাৰ প্ৰতিবাদত বহিল বিধায়ক অতুল বৰা

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : চূণচালিৰ সৃষ্টিনগৰৰ নির্মাণকাৰ্য বন্ধ কৰাৰ দাবীত চূণচালিৰ ৰাইজৰ অৱস্থান ধৰ্মঘট। চূণচালিৰ সৃষ্টিনগৰৰ মূল প্ৰৱেশদ্বাৰতে ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। উক্ত প্ৰতিবাদত অংশগ্ৰহণ অংশগ্ৰহণ দিছপুৰৰ বিধায়ক অতুল বৰাৰ । বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ৰাইজে। …

২০ মে’ৰ ভিতৰত ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : ১৫ ৰ পৰা ২০ মেৰ ভিতৰত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । পৰীক্ষা মূলক ভাৱে লোৱা সিদ্ধান্ত মাজনিশাৰ ফলাফল ঘোষণাৰ পৰিবৰ্তে দিনতে ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ইফালে ৭ এপ্ৰিলত …

এইবাৰৰ নিৰ্বাচনত চি পি আই (এম-এল)ৰ মূল লক্ষ্য বিজেপি হটাওক, দেশ বচাওক, অসম বচাওক

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : চি পি আই (এম-এল) লিবাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে জনগণৰ সংগ্ৰামৰ মৌলিক ইছ্যুৰ ওপৰত ভিত্তি কৰি শনিবাৰে সংবাদমেলৰ জৰিয়তে এখন ঘোষণা পত্ৰ দাঙি ধৰে। ফেচিবাদী শক্তিক সৰ্বশক্তিৰে পৰাজিত কৰা আৰু গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামক আগুৱাই নিয়াই হ’ব …

ব্যতিক্ৰমৰ “ৰেচপেক্ট অ’মেনহুড” অনুষ্ঠান:এই মাহৰ অতিথি অসম আৰু জাপানৰ মহিলা বাউল

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : জীৱনৰ ঘাত-প্ৰতিঘাত পাৰ কৰি নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত সমাজত যি সকল মহিলা ব্যতিক্ৰম কৃতিত্ব অর্জন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক সন্মান জনোৱাৰ লগতে জনসমাজত তেওঁলোকক পৰিচয় দাঙি ধৰাৰ উদ্দেশ্য প্ৰতি মাহে “ৰেচপেক্ট অ’মেনহুদ” …

বৰপেটাত ৫০ জন স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকৰ তৃণমূল কংগ্ৰেছত যোগদান

বৰপেটা, সংবাদ ৩৬৫, ২৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দল তথা প্ৰাৰ্থী সমূহে ব্যাপক  প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ ৰাজনৈতিক দল সমূহত যোগদান পৰ্বও পৰিলক্ষিত হৈছে। মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে বৰপেটা জিলাত নিজৰ সাংগঠনিক …