বিজেপিৰ লগত মিত্ৰতা কৰিবলৈ বাধ্য , নহলে নিৰ্বাচনত জিকিব নোৱাৰিব
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : বিজেপিৰ লগত মিত্ৰতা কৰিবলৈ বাধ্য। নহলে নিৰ্বাচনত জিকিব নোৱাৰিব। ৰাজনৈতিক দল মৰি যাব। বিজেপিত যোগ দিয়াৰ আগে আগে অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই কৃষক মুক্তি সংগ্ৰাম সমিতিক লগ ধৰিছিল আৰু এনেদৰে কৈ …