অসমত অইন জাতি জনগোষ্ঠীয় সম্প্ৰদায়ৰ যিমান অধিকাৰ আছে ধৰ্মীয় সংখ্যালঘু সকলৰো সিমানে অধিকাৰ আছে। এই অধিকাৰ দিয়াত চৰকাৰে যদি কৃপনালি কৰে তেন্তে সেই অধিকাৰ কাঢ়ি আনিবলৈ প্ৰস্তুত —–  টাইচন হুছেইন

তামুলপুৰ, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী: বি টি এ ডি অঞ্চলত বসবাস কৰি থকা ধৰ্মীয় সংখ্যালঘু লোকসকল বি টি চি গঠনৰ আগৰে পৰাই লাঞ্ছিত বাঞ্ছিত হৈ আহিছে। বি টি এ ডি গঠনৰ পিছত ধৰ্মীয় সংখ্যালঘু সমাজৰ উন্নয়ন হব বুলি ধাৰণা কৰা …

কলগাছিয়াত যুৱ কংগ্ৰেছৰ উদ্যোগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ

কলগাছিয়া, সংবাদ ৩৬৫, ৬ ফেব্রুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়াত বুধবাৰে যুৱ কংগ্ৰেছৰ উদ্যোগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাৰদা আৰু লুই বাৰ্জৰ কেলেংকাৰীত জড়িত থকাৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অনা অভিযোগৰ প্ৰতি ভিত্তি কৰি তেওঁৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। …

কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত আৰম্ভ ৪৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ

কলগাছিয়া, সংবাদ ৩৬৫, ৬ ফেব্রুৱাৰী: কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত বুধবাৰৰ পৰা আৰম্ভ হয় ৪৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ। এই মহাবিদ্যালয় সপ্তাহ উপলক্ষে বুধবাৰে অনুষ্ঠিত হৈ যায় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগীতা। এই প্ৰতিযোগীতাত ছাত্ৰ-ছাত্ৰী সকলে অসমীয়া সংস্কৃতি, স্বাধীনতা সংগ্ৰামী কনকলতা, জেং বিহু, জনপ্ৰিয় …

সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰে জড়িত হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত চিবিআইৰ অফিচ ঘেৰাও অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰী, ২০১৯: সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ উত্থাপন কৰে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। মন্ত্ৰী হিমন্তই উক্ত কেলেংকাৰীৰে জড়িত সন্দৰ্ভত মংগলবাৰে মহানগৰীস্থিত চি বি আই অফিচ বেতকুচিৰ মূখ্য …

বৰপেটাত ৩০ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ আৰম্ভ

বৰপেটা, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰী: সমগ্ৰ দেশৰ লগতে মংগলবাৰে বৰপেটাতো ৩০ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ আৰম্ভ কৰা হয়় ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাল চৌহদত এই পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে আয়োজিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে …

বঙৰাৰ শংকৰদেৱ হাইস্কুলৰ সোনালী জয়ন্তী উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগীতা

আজাৰা, সংবাদ ৩৬৫, ৪ ফেব্রুৱাৰী: বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত অৱস্থিত শ্ৰী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যলয়ত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুস্থিত হ’বলগীয়া সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুস্থিত হয় ২১ কি:মি: যোৰা মাৰাথন দৌৰ প্ৰতিযোগীতা …

তামুলপুৰত আছুৰ ১০ ঘন্টীয়া অনশন

তামুলপুৰ, সংবাদ ৩৬৫, ৪ জানুৱাৰী: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সোমবাৰে সমগ্ৰ অসমৰ প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ১০ ঘন্টীয়া অনশন কাৰ্যসুচী ৰূপায়ণ কৰে। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে পুৱা ৬ বজাৰ পৰা বিয়লি …

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ডিগবৈত আছুসহ ৩০ টা জনগোষ্ঠীয় সংগঠনৰ ১০ ঘন্টীয়া অনশন

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৪ ফেব্ৰুৱাৰী: সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্রতিবাদ চলি থকাৰ মাজতে ডিগবৈত আছুসহ ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ২০১৬ বাতিলৰ দাবীত সোমবাৰে পুৱাৰে পৰা ১০ ঘন্টীয়া অনশন পালন কৰে। সোমবাৰে …

ডিগবৈত দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন মে-দাম-মেফি

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৩১ জানুৱাৰী: মে-দাম-মেফি হ’ল টাই – আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা৷ অতীতৰ পৰম্পৰা ৰক্ষা কৰিয়ে বিগত বছৰৰ দৰে সমগ্ৰ দেশৰ লগতে ডিগবৈটো মে-দাম-মেফি পালন কৰে ডিগবৈ …

কলগাছিয়াৰ তাপেশ্বৰা (লাকী) বজাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোৰ সমদল

কলগাছিয়া, সংবাদ ৩৬৫, ৩১ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক – ২০১৬ ৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি বিভিন্ন দল – সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। তাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা জিলাৰ তাপেশ্বৰা লাকী বজাৰত চি পি আই (এম)ৰ উদ্যোগত তাপেশ্বৰা (লাকী) বজাৰৰ পৰা বালাগাওঁ …