বৰপেটা জিলাৰ ভালুকী – শালমাৰাত জিলাভিত্তিত বিশাল ইছলাম ধৰ্মীয় ইস্তেমাৰ প্ৰস্তুতি তুংগত
বৰপেটা, সংবাদ ৩৬৫, ১৬ জানুৱাৰী: বৰপেটা জিলাৰ ভালুকী-শালমাৰাত অহা ১৭, ১৮ আৰু ১৯ জানুৱাৰীৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলাভিত্তিত বিশাল ইছলাম ধৰ্মীয় ইস্তেমা অনুষ্ঠিত হ’ব। দিল্লীস্থ বিশ্ব তবলীগি মাৰ্কাজৰ পৰা পৰিচালিত এই ধৰ্মীয় ইস্তেমাত উদ্যোক্তা সকলে জানিব দিয়া মতে …