ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে অগপই – উপমন্যু হাজৰিকা
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : অগপই ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে এই মন্তব্য এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি দাঙি ধৰে গুৱাহাটী লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই। প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি তেখেতে কয় যে অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰৰ প্ৰতিবাদৰ …