পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰা কাৰ্যক আদৰনি বিশ্বজিত দৈমাৰীৰ
বাক্সা, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী : ভাৰতীয় বায়ুসেনা বাহিনীৰ দ্বাৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমন কৰা ঘটনাক উষ্মা আদৰনি জনাইছে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ৷ দৈমাৰীয়ে বুধবাৰে তামুলপুৰ কলবাৰীৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ সদায় শত্ৰুপক্ষৰ সতে যুঁজ দিয়াৰ …