মহানগৰীৰ কুমাৰপাৰা পাঁচালীত ভয়ঙ্কৰ অগ্নিকাণ্ড
গুৱাহাটী ,সংবাদ ৩৬৫,১ মাৰ্চ : বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ কুমাৰপাৰা পাঁচালীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ সূত্ৰ পাত ঘটে এটা ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা। গেছ চিলিণ্ডাৰতো বিস্ফোৰণ হোৱাৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয়।ৰন্ধন গেছৰ চিলিণ্ডাৰতো বিস্ফোৰণ হোৱাৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত …