বৰঝাৰ বিমানবন্দৰত উত্তপ্ত পৰিস্থিতি: কেন্দ্ৰীয় চৰকাৰে বিমানবন্দৰৰ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তক লৈ এয়াৰপোৰ্ট অথৰিটি ইউনিয়নৰ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ
গুৱাহাটী, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ: গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰ সহিতে দেশৰ ৬খন লাভাজনক বিমানবন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেতে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মঙ্গলবাৰে জাঙোৰ খাই উঠি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিলে এয়াৰপোৰ্ট …