ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টিৰ ৰাজপথতেই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ
সৰভোগ, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক-১৬ বাতিলৰ দাবীত শুকুৰবাৰে আবেলি ৪ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টিৰ ৰাজপথত নিখিল ভাৰত কৃষক সভাই অনুষ্ঠিত কৰে এক বিশাল প্ৰতিবাদী সমদল৷ প্ৰতিবাদী সমদলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হুচিয়াৰ …