দুমাহ ধৰি মধ্যহ্ন ভোজনৰ পৰা বঞ্চিত উত্তৰ টুকটুকী মোক্তাৱ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী: কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ
বটদ্ৰৱা, সংবাদ ৩৬৫, ২৭ অক্টোবৰ: যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগত ৬ৰ পৰা ১৪ বছৰ বয়সলৈ সকলো শিশুক বিদ্যালয়মূখী কৰাৰ উদ্দেশ্যে বিনামূলীয়া পাঠ্যপুথি যোগান, মধ্যহ্ন ভোজন ,বিনামূলীয়া ইউনিফৰ্ম আদি যোগান ধৰি শৈক্ষিক বিপ্লৱ অনাৰ প্ৰচেষ্টা হাতত লোৱাৰ লগতে গুণোৎসৱৰ মাজৰে …