নিশা শিঙিমাৰীত অবৈধ কাঠ ভৰ্ত্তি টাটা ডি আই গাড়ী জব্দ
বকো, সংবাদ ৩৬৫, ২১ অক্টোবৰ: ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে অবৈধ বেহা। দৈনিক ইটোৰ পাছত সিটো বৃদ্ধি পাব ধৰিছে অবৈধ বেহা। শনিবাৰে নিশাও বকোৰ জামবাৰী শিঙিমাৰীত পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়াৰ অন্তৰ্গত বামুণীগাঁও বন বিভাগৰ এটা দলে গোপন খৱৰৰ ভিত্তিত …