নীলুৎপল দাস আৰু অভিজিৎ নাথৰ স্মৃতিৰক্ষাৰ্থে মাকুমত বৃক্ষৰোপন অনুষ্ঠান
ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২২ জুনঃ কাৰ্বি আংলঙ জিলাৰ ডকমকাত অন্ধবিশ্বাসৰ বলি হোৱা গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথৰ স্মৃতি যুগমীয়া কৰি ৰখা আৰু সমাজৰ পৰা অন্ধবিশ্বাস আতৰ কৰাৰ উদ্দেশ্যে সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক …