বটলত আবদ্ধ ১০ গৰাকী প্ৰৱক্তাৰ নামঃ দুৰ্নীতি গাপ দিবলৈ অধ্যক্ষই আশ্ৰয় ল’লে তন্ত্ৰ-মন্ত্ৰৰ
চৰাইদেউ, সংবাদ ৩৬৫, ২ আগষ্টঃ শিক্ষক, যি সমাজৰ অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নাশ কৰি জ্ঞানৰ পোহৰ বিলাই, কিন্তু এই কথা এতিয়া অতীত হ’ল৷ শিক্ষকে এতিয়া অকল পাঠদানতে ব্যস্ত নাথাকি এক নাভূত-নাশ্ৰুত ৰুপত দেখা গৈছে এখন উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষক৷ সহযোগী প্ৰৱক্তাক অপকাৰ …