মালিগাঁৱত ভয়াবহ অগ্নিকাণ্ড

গুৱাহাটী, সংবাদ ৩৬৫, ৫ জুনঃ মালিগাঁৱৰ বৰবজাৰত সোমবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড হয়। অগ্নিকাণ্ডৰ ফলত বৰবজাৰৰ দুখনকৈ দোকান ভস্মীভূত হয়। অগ্নিকাণ্ড খবৰ পাই ঘটনাস্থলীত পাণ্ডু আৰু পানবজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে …

পৰিৱেশ দিৱস বিশেষ : ওলোটাকৈ জ্বলা যুগান্তকাৰী উদ্ভাৱন ‘অসম বন্তি’

গুৱাহাটী, সংবাদ ৩৬৫, ৫ জুনঃ ‘অসম বন্তি’ এগছি চাকি যি প্ৰকৃতিৰ বিপৰীতে পৰিচালিত হৈ প্ৰকৃতি সংৰক্ষণত আনিব পাৰে এক বৈপ্লৱিক পৰিবৰ্তন। সাধাৰণতে যিকোনো চাকি জ্বলাই দিয়াৰ লগে লগে চাকি গছিৰ শিখাৰ জুই ওপৰৰ ফাললৈ যায় কিন্তু ‘অসম বন্তি’ জ্বলাই দিয়াৰ …

নাগৰিক সংশোধনী বিধেয়কক বিৰোধী কৰা বিদ্ৰোহী বিধায়ক সকলক লৈ বিজেপিৰ পৰা ওলাই আহিলে মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সনোৱালক কংগ্ৰেছে সমৰ্থন কৰিব : আব্দুল খালেক

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৪ জুনঃ কংগ্ৰেছে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰিব বুলি একাংশ সংবাদ মাধ্যমত চৰ্চা চলি থকাৰ সময়তে সোমবাৰে জনীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে বৰপেটা জিলাৰ কলগাছিয়াৰ উদমাৰিত অনুষ্ঠিত হোৱা এখন সভাত অংশ গ্ৰহণ কৰি …

মহেশ্বৰী সমাজৰ উদ্যোগত ৱেলনেছ ইভালুৱেছন শিবিৰ

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৪ জুনঃ গোলাঘাট জিলা মহেশ্বৰী সভা, মহেশ্বৰী মহিলা সংগঠন আৰু মহেশ্বৰী যুৱ সংগঠনৰ উদ্যোগত আৰু স্থানীয় লাইফষ্টাইল ফৰ ইউ ফিট নামৰ সংস্থাৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। স্থানীয় মহেশ্বৰী ভৱন প্ৰাংগণত অনুষ্ঠিত …

লংকাৰ এক্সপাৰ্ট কম্পিউটাৰত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন

হোজাই, সংবাদ ৩৬৫, ৪ জুনঃ হোজাই জিলাৰ লংকাস্থিত কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান “এক্সপাৰ্ট”ত দেওবাৰে এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বৃহত্তৰ লংকা তথা লংকাৰ দাঁতি কাষৰীয়া অঞ্চলৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী …

৬৬ গৰাকীকৈ সাংবাদিকক সম্বৰ্ধনা জনালে বাক্সা জিলা সাহিত্য সভাই

বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৩ জুনঃ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত তামুলপুৰ শাখা সাহিত্য সভাৰ সহযোগত দেওবাৰে বাক্সা জিলা সাহিত্য সভাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৱ …

জাঁজীৰ লিচু বজাৰে আকৰ্ষন কৰিছে গ্ৰাহকক : অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত গঢ়ি তুলিছে বৃহৎ ব্যৱসায়

টীয়কৰ, সংবাদ ৩৬৫, ৩ জুনঃ বতৰৰ এক সুস্বাদু ফল লিচু। বৰ্তমান লিচুৰ বতৰ। উজনি অসমৰ যোৰহাট জিলাৰ টীয়কৰ জাঁজীৰ লিচু বজাৰে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। যোৰহাট আৰু শিৱসাগৰ জিলাৰ মধ্যস্থলত জাঁজী দলংৰ …

ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন আত্মপ্ৰকাশ

গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুনঃ ৰাজ্যৰ ডিজিটেল সংবাদ মাধ্যমৰ লগত জড়িত সংবাদ গোষ্ঠী আৰু সাংবাদিক সকলে দেওবাৰে গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত গঠন কৰিলে ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন’ (‘দিমজা’) নামৰ এক নতুৰ সংগঠন। দেওবাৰে ২০ টা ডিজিটেল সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলে …

কোকৰাঝাৰৰ গৌৰাঙ ভেলী হোটেলত মেগা মিছ নৰ্থ ইষ্ট আৰু মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচন অনুষ্ঠিত

কোকৰাঝাৰ, সংবাদ ৩৬৫, ৩ জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে দেওবাৰে কোকৰাঝাৰৰ গৌৰাঙ ভেলী হোটেলত ১৬ সংখ্যক সংস্কৰণ ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট আৰু নৱম সংস্কৰণ গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচন আয়োজন কৰে। মেগা এণ্টাৰটেইনমেণ্টৰ দলে আহ …

চাইকেল চলাই সংবাদকৰ্মীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ আহ্বান

গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুনঃ দেওবাৰে পুৱা মহানগৰীৰ ৰাজপথত বিভিন্ন সংবাদ মাধ্যমৰ লগত জড়িত শতাধিক সংবাদকৰ্মীয়ে চাইকেল চলাই ৰাজ্যবাসীলৈ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনায়। বিশ্বব্যাপী প্রকৃতিৰ ওপৰত মানুহে চলোৱা বিৰূপ কৰ্মকাণ্ডৰ ফলত দিনক দিনে পৃথিৱীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ …