প্ৰতাৰণা দিৱস পালন কৰি প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ১৬ মেঃ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে নৰেন্দ্ৰ মোদীক প্ৰতাৰক আৰু মিছলীয়া আখ্যা দিয়ে। উল্লেখ্য যে …

তামুলপুৰত এবিএমছুৰ উত্তাল প্ৰতিবাদ : দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি

তামুলপুৰ, সংবাদ ৩৬৫, ১৬ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বাক্সা জিলাৰ তামুলপুৰৰ দ্বাৰকুছিত বুধবাৰে এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিধেয়কখন বাতিলৰ দাবীত এবিএমছুয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তিৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে। এবিএমছুৰ কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ …

বাক্সাৰ কাউলিত বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতন

বাক্সা, সংবাদ ৩৬৫, ১৬ মেঃ বাক্সা জিলাৰ কুমাৰিকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাউলিত মঙলবাৰে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে পৰিয়ালৰ সদস্য সকল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন কাৰ্যৰ বাবে বাহিৰলৈ ওলাই যাওঁতে ঘৰত কোনো নথকাৰ …

পাঠদান বন্ধ কৰি এনআৰচিৰ কামত শিক্ষক নিয়োজিত

চিৰাং, সংবাদ ৩৬৫, ১৬ মেঃ চিৰাং জিলাৰ পূৱ ডেৱৰবিল প্ৰাথমিক বিদ্যালয়ত ১৭৮ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ দুজন শিক্ষক। শিক্ষা নীতি অনুসৰি ছাত্ৰ ছাত্ৰী অনুপাতে বিদ্যালয়খনত ৬ জন শিক্ষকৰ প্ৰয়োজন যদিও মাত্ৰ দুজন শিক্ষকে বিদ্যালয়খনত পাঠদান কৰি আহিছে। দুজন …

মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ বহাগী উৎসৱত অভিনেত্ৰী বৰষাৰাণী বিষয়া

মাৰ্ঘেৰিটা, সংবাদ ৩৬৫, ১৫ মেঃ মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ সৌজন্যত ৩৫ সংখ্যক বহাগী উৎসৱ মঙলবাৰৰ পৰা মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উজনি অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠতম বিহু সন্মিলন হিচাপে পৰিচিত প্ৰায় ৬০ লক্ষাধিক টকা বাজেটৰ বিহু সন্মিলন খনিৰ …

পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অপৰাধত স্বামীক ৰাইজৰ উত্তম মাধ্যম

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৫ মেঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্ৰাম গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰঘোলা চিল্লাপাৰা দ্বিতীয় খণ্ডত মঙলবাৰে কাৰ্তিক চন্দ্ৰ মণ্ডল নামৰ এজন লোকক ৰাইজে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অপৰাধত উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে। জানিব …

উত্তৰ শালমাৰাত লিকুইড ডিজেল অইলৰ ফেক্ট্ৰৰী বন্ধ কৰিলে জিলা প্ৰশাসনে

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৫ মেঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমা আৰু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত খগৰপুৰৰ ঐতিহাসিক মহাৰানী মন্দিৰৰ সন্মুখত এক জনবসতিপূৰ্ণ স্থানত কিছুদিন পূৰ্বে বঙাইগাঁৱৰ পৱন পাৰেখ নামৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে পুৰণি টায়াৰ পুৰি তেল উৎপাদন কৰা …

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিশাল সমদল

নলবাৰী, সংবাদ ৩৬৫, ১৫ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি মঙলবাৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই। বিধেয়ক খনৰ বিৰৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠন আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্র ছাত্ৰীয়ে প্ৰতিবাদী …

কুমাৰীকাটা বন বিভাগৰ অভিযানত বৃহৎ পৰিমানৰ কাঠ জব্দ

বাক্সা, সংবাদ ৩৬৫, ১৫ মেঃ বাক্সা জিলাৰ কুমাৰীকাটা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত কিছুমান লোকে গোপনে অবৈধ কাঠ ফলা মিল স্থাপন কৰি গছ কটা আৰু ফলা কাৰ্য আব্যহত ৰাখি ৰমৰমীয়া ব্যৱসায় …

ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ

ৰঙিয়া, সংবাদ ৩৬৫, ১৫ মেঃ ৰে’ল আৰক্ষী বাহিনীয়ে মঙলবাৰে ৰঙিয়া ৰে’ল জংচনত অভিযান চলাই ৫ নং প্লেটফৰ্মৰ পৰা প্ৰায় ৪২০ লিটাৰ চুলাই মদ জব্দ কৰে। ৰঙিয়াৰ পৰা গুৱাহাটী মহানগৰীলৈ ৰে’ল যুগে নিয়াৰ চেষ্টা কৰোতে ৰে’ল আৰক্ষীয়ে অবৈধ চুলাই মদ খিনি জব্দ …