অভয়াপুৰীৰ নাম্বাৰপাৰাত বোৱাৰী নিৰ্যাতন
অভয়াপুৰী, সংবাদ ৩৬৫, ৪ জুলাইঃ বঙাইগাঁও জিলাৰ অভয়াপুৰি আৰক্ষী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা প্ৰথম খণ্ড গাঁৱত এগৰাকী বোৱাৰী নিৰ্যাতন বলি হ’ব লগা হৈছে। যোৱা ১৪ জুনত সংঘটিত হোৱা ঘটনা অনুসৰি মাটিক কেন্দ্ৰ কৰি ছাহিদা খাতুন নামৰ এগৰাকী বোৱাৰীক স্বামীৰ ডাঙৰ ভাই হজৰত …