মালিগাঁৱত গৃহৰক্ষী জোৱানৰ প্ৰহাৰত আহত ছাত্ৰী
গুৱাহাটী, সংবাদ ৩৬৫, ১১ মেঃ মালিগাঁৱত এজন গৃহৰক্ষী জোৱানৰ প্ৰহাৰত ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আহত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহাবিদ্যালয়খনৰ ছাড়া সিং সৌহান নামৰ এগৰাকী ছাত্ৰী পৰীক্ষা দি এজন যুৱকৰ সৈতে বাইকেৰে ঘৰত গৈ থাকোঁতে যুৱক জনে হেলমেট …