ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ

নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ সৃষ্টি কৰে। নলবাৰীত নিশাৰ ভাগত অহা ধুমুহা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হয়। নিশা প্ৰায় ৯ মান বজাত …

বাক্সাত ডাইনী সজাই বৃদ্ধা মহিলাক হত্যাৰ চেষ্টা

বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২১ এপ্ৰিলঃ বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাত এগৰাকী বৃদ্ধা মহিলাক ডাইনীৰ সন্দেহত  আক্ৰমন কৰাৰ ঘটনা সংঘটিত হৈছে৷ জানিব পৰা মতে বাগিচাখনৰ পাঁচ নম্বৰ লাইনৰ ৰমিলা মিন্স নামৰ বৃদ্ধা গৰাকীক ডাইনীৰ সন্দেহত চাৰিজন যুৱকে আক্ৰমন কৰে। ডুমুনী আৰক্ষী …

ধঁপাত জাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত নৱ প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰী

ধুবুৰী, সংবাদ ৩৬৫, ২১ এপ্ৰিলঃ প্ৰতিদিনে ধ্বংসৰ গৰাহঁত গতি কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ নৱ প্ৰজন্মই। ধঁপাত জাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত নৱ প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰী। ধঁপাত জাতীয় বস্তু সেৱন কৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ প্ৰতিদিনে ৰাজ্যত মৃত্যু হৈছে ৩৪ …

দক্ষিণ কামৰূপৰ বকোত সুঁৱৰি উৎসৱ উদযাপন

বকো, সংবাদ ৩৬৫, ২১ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ বকোত সাত বিহুৰ দিনা মহা মিলনৰ তীৰ্থভূমিত পৰিণত হ’ল বকোৰ সুঁৱৰি উৎসৱস্থল৷ বকো আঞ্চলিক সুঁৱৰি উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা এই সুঁৱৰি উৎসৱত কেইবাহাজাৰ দৰ্শকৰ সমাগম হোৱাত জনসমূদ্ৰত পৰিণত হয় বকোৰ সুঁৱৰি উৎসৱ …

ৰঙিয়াৰ মধুকুছিৰ পৰা মহিলা সন্ধানহীন

ৰঙিয়া, সংবাদ ৩৬৫, ২১ এপ্ৰিলঃ ৰঙিয়াৰ মধুকুছিৰ পৰা নিৰ্মালী বড়ো নামৰ এগৰাকী মহিলা সন্ধানহীন হৈ আছে। জানিব পৰা মতে দহদিন পূৰ্বে মহিলা গৰাকী মাতৃৰ গৃহলৈ বুলি ওলাই যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰে। মহিলা গৰাকীৰ পৰিয়ালৰ লোকে মহিলা গৰাকীৰ সন্ধানত বিভিন্ন …

নলবাৰীৰ ধমধমাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱ উদযাপন

নলবাৰীৰ পৰা কৈলাস ডেকা, সংবাদ ৩৬৫, ২০এপ্ৰিলঃ নলবাৰী জিলাৰ ধমধমাত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণ্যাধ কাৰ্য্যসুচী শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ গোসাঁই উৎসৱ উদযাপন কৰা হয়। উৎসৱৰ দ্বিতীয় দিনা কেইবাহাজাৰ লোকৰ সমাগমত এক ধৰ্মীয় শোভাযাত্ৰা উলিয়াই পদ্মমল্ল চৌধুৰী সমন্বয় ক্ষেএত শৰনীয়া কছাৰী জনগোষ্ঠীয় ৰীতি …

বঙাইগাঁৱত অৰ্ধ উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২০এপ্ৰিলঃ  বঙাইগাঁও জিলাৰ ধলাগাঁৱত পথাৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰঙালী বিহু উপলক্ষে আয়োজিত জুবিন গাৰ্গৰ সংগীতানুস্থান চাবলৈ যোৱা মহিলা গৰাকীক ধৰ্ষণ কৰি দুৰ্বৃত্তই পথাৰৰ মাজত মৃতদেহ পেলাই থৈ যোৱা বুলি …

তামুলপুৰত অনাময় শৌচালয় নিৰ্মানৰ নামত ভেকো ভাওনা

বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২০এপ্ৰিলঃ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে় স্বচ্চ ভাৰত মিচনৰ জড়িয়তে দেশ স্বচ্চ আৰু নিকা কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১নং জামুগুৰী, বেলখুটি, সোনাৰীবস্তীকে ধৰি বিভিন্ন প্ৰান্তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মানৰ …

ফাঁচী বজাৰৰ পৰা আতৰিল ষ্ট্ৰীট ফেশ্যন

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ ফাঁচী বজাৰৰ পৰা আতৰিল ষ্ট্ৰীট ফেশ্যন, ফাঁচী বজাৰৰ ৪০ বছৰীয়া কাপোৰৰ বজাৰৰ হঠাৎ সমাপ্তি ঘটিল বৃহস্পতিবাৰে। প্ৰশাসনে স্থানান্তৰ কৰিলে ফাঁচী বজাৰৰ ৪০ বছৰীয়া কাপোৰৰ বজাৰখন। কাপোৰৰ বাবে প্ৰসিদ্ধ এছএছ ৰোডত থকা পদপথৰ কাপোৰৰ ব্যৱসায়ীৰ কন্ঠৰ পৰা …

গোৱালপাৰা জিলা উপায়ুক্ত কার্যলায়ত ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ গোৱালপাৰা জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ বিদ্যালয় সমূহত ছাত্র ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়া, বিভিন্ন শিক্ষানুষ্ঠান সমূহত শিক্ষক আৰু অধ্যক্ষ নিযুক্তি দিয়া, …