চিকিৎসালয়ৰ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কিশোৰীৰ
গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৩ মেঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চিকিৎসালয়খনত চিকিৎসাধীন এগৰাকী কিশোৰীয়ে চিকিৎসাৰ বাবে প্ৰয়োজনীয় আৰ্থিক অনাটনৰ বাবে চিকিৎসালয়ৰ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ অপচেষ্টা চলায় বুলি জানিবলৈ দিয়ে কিশোৰী গৰাকীৰ …