ফেহুঁজালি নামেৰে প্ৰথম সংখ্যক প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচন
গোলাঘাট, ২২ ডিচেম্বৰঃ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত ফলঙনি আৰ্দশ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম সংখ্যক প্ৰাচীৰ প্ৰত্ৰিকা বৃহস্পতিবাৰে উন্মোচন কৰা হয়। বিদ্যালয়খনৰ ছাত্র ছাত্রীসকলৰ শৈক্ষিক দিশ বিকাশৰ লক্ষ্যৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দেবেন গগৈৰ নেতৃত্বত এই পদক্ষেপ হাতত লোৱা হয়। বিদ্যালয়খনৰ বাৰ্ষিক …