ঢেকিয়াজুলি স্বৰ্ণ কন্যাক আদৰণী জনালে মুখ্যমন্ত্ৰীয়ে
তেজপুৰ, ১ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ ঠেলামৰা -উলুবাৰীত বিশ্ব যুৱ মহিলা বক্সিঙৰ সোণৰ পদক বিজয়ী অংকুশিতা বড়োক মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসমৰ বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়। শোণিতপুৰ জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ তৰফৰ পৰা গামোছা, জাপি, গ্ৰন্থৰ টোপোলা, শৰাই, ফুলৰ থোপাৰে …