কুঁৱাত পৰি নাহৰফুটুকীৰ মৃত্যু
শিমলুগুৰি, ১১ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰামু দেওধাইগাঁৱৰ বিজিত দত্ত নামৰ এজন ব্যক্তিৰ গৃহত থকা কুঁৱাৰপৰা বৃহস্পতিবাৰে উদ্ধাৰ হয় এটি মৃত নাহৰফুটুকী বাঘ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহোঁতে কুঁৱাত পৰি নাহৰফুটুকী বাঘটোৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ …