গোলকগঞ্জ আৰক্ষীয়ে জব্দ কৰিলে ১৫ টা চোৰাং গৰু
গোলকগঞ্জ, ৭ জানুৱাৰী: ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টীৰ হালাকুৰাত শনিবাৰে নিশা আৰক্ষীয়ে ১৫ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। শনিবাৰে নিশা হালাকুৰা আৰক্ষীয়ে এক গোপন সুত্ৰৰ আধাৰত দীঘলটাৰীত অভিযান চলাই ফজল সেখ নামৰ এজন লোকৰ ঘৰৰ সন্মুখত থকা পথাৰৰ পৰা …