অসমবাসীৰ সহায়ৰ প্ৰয়োজন দেৱজিতক
বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, ২২ ডিচেম্বৰঃ দুৰাৰোগ্য ৰোগত আক্ৰান্তহৈ মৃত্যু যন্ত্ৰণাত চটফটাইছে অভয়াপুৰীৰ এটি কিশোৰক প্ৰয়োজন অসমবাসীৰ সহায়ৰ। অসমবাসীৰ সহায়ে দেৱজিতক পুনৰ ঘুৰাই দিব পাৰে সোনালী কৈশোৰ। অভয়াপুৰীৰ এটি এঘাৰ বছৰীয়া কিশোৰ, সমনীয়া সৈতে খেলা ধেমালিত ব্যস্ত থকাৰ সময়তে …