নগৰবেৰাৰ টুপামাৰীত গছ কটাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট, গৰ্ভৱতী মহিলাসহ পাঁচজনকৈ আহত
নগৰবেৰা, ২৬ ডিচেম্বৰ: কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী টুপামাৰীত আজি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা৷ গছ কটাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা৷ সংঘটিত মাৰপিটত ৰূপচান আলীৰ দলে আহি কাজিম উদ্দনি লোকৰ ওপৰত উপযোপৰি আক্ৰমন কৰাত এগৰাকী …