উত্তৰপূৰ্বাঞ্চলৰ বাবে নতুন ঔদ্যোগিক নীতি ঘোষণাৰ ক্ষেত্ৰত সক্রিয় ভূমিকা গ্ৰহণৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রীক আহ্বান
গুৱাহাটী, ২৫ অক্টোবৰঃ গুৱাহাটীত ২০১৮ বৰ্ষৰ ৩ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োজন সন্মিলনৰ আগে আগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে নতুন ঔদ্যোগিক নীতি ঘোষণা কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জেটলীক সক্রিয় ভূমিকা গ্ৰহণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে …