গুৰুজনাৰ জন্মজয়ন্তীৰ উপলক্ষে ভক্তৰ লগত বিধায়ক ভৱেশ কলিতা কোঁচবিহাৰলৈ ৰাওনা
ৰঙিয়া, ২২ অক্টোবৰঃ মধুপুৰ সত্ৰলৈ নিশা ৰঙিয়াৰ পৰা ৰাওনা হয় বিধায়ক ভৱেশ কলিতা সহ ৮০০ ভকত বৈষ্ণৱ, আই মাতৃ। উল্লেখ্য যে, চলিত বৰ্ষত গুৰুজনাৰ ৫৬৯ তম জন্ম জয়ন্তীৰ ৰঙিয়া জিলা শাখাৰ অধিবেশনখন কোঁচবিহাৰৰ মধুপুৰ সত্ৰত অনুস্থিত হৈছে৷ অধিবেশনত অংশগ্ৰহণৰ কাৰণে …