‘মাই গভ অসম’ৰ উদ্যোগত ‘আচাম অন টুইটাৰ’ শীৰ্ষক বিশেষ আলোচনা চক্ৰ
গুৱাহাটী, ১৬ নৱেম্বৰ: মাই গভ অসমৰ উদ্যোগত আজি জনতা ভৱনৰ সচিবালয়ৰ মুখ্যমন্ত্ৰী কনফাৰেঞ্চ হলত ‘আচাম অন টুইটাৰ’ শীৰ্ষক এক বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি টুইটাৰ ইণ্ডিয়াৰ জন আঁচনি আৰু চৰকাৰ বিভাগৰ মুৰব্বী শ্ৰীমতী মহিমা কৌলে বৰ্তমান …