প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিললৈ আগমন ঘটিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই
মিৰ্জা, ১৫ নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিললৈ আগমন ঘটিবলৈ ধৰিছে দেশী-বিদেশী বিভিন্ন পৰিভ্ৰমী চৰাইৰ৷ কিংবদন্তি মতে, ১৯৫০ চনৰ বৰভুঁইকপৰ ফলত পাহাৰ ডুবি সৃষ্টি হৈছিল দীপৰ বিল৷ ইতিহাস অনুসৰি এই বিল পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল আৰু …